প্ৰধানমন্ত্ৰীৰ সৈতে আধাঘন্টীয়া বৈঠক জন্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ...

পেহেলগামৰ নাৰকীয় আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাত কৰিলে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলাই। প্ৰায় আধা ধৰি প্ৰধানমন্ত্ৰীৰ সৈতে

author-image
Asomiya Pratidin
New Update
dddddff

ডিজিটেল ডেস্কঃ  পেহেলগামৰ নাৰকীয় আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাত কৰিলে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলাই। প্ৰায় আধা ধৰি প্ৰধানমন্ত্ৰীৰ সৈতে অনুষ্ঠিত হোৱা এই বৈঠকত শেহতীয়াকৈ ৰাজ্যখনৰ পৰিস্থিতিক লৈ পুংখানুপুংখভাৱে আলোচনা কৰা হয়। 

Advertisment

সূত্ৰৰ এক খবৰ অনুসৰি, এই আলোচনা কালত সিন্ধু জল চুক্তি বাতিলক লৈ বিশদভাৱে আলোচনা কৰে দুয়োগৰাকীয়ে। অৱশ্যে এই দুয়োগৰাকী নেতাই আধাঘন্টীয়া সাক্ষাতত কি আলোচনা কৰিলে তাক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী