মুখ্য-পৃষ্ঠা অসম ৫ দিনলৈ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং ৫ দিনলৈ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং। মেৰামতিৰ বাবে সাময়িকভাৱে বন্ধ থাকিব শৰাইঘাট দলং। ৰে’ল বিভাগে দলংখন বন্ধ ৰখাৰ বাবে জিলা প্রশাসনৰ পৰা বিচাৰিছে অনুমতি । Asomiya Pratidin 28 Jul 2025 15:23 IST Follow UsNew Update৫ দিনলৈ বন্ধ থাকিব পুৰণি শৰাইঘাট দলংমেৰামতিৰ বাবে সাময়িকভাৱে বন্ধ থাকিব শৰাইঘাট দলংৰে’ল বিভাগে দলংখন বন্ধ ৰখাৰ বাবে জিলা প্রশাসনৰ পৰা বিচাৰিছে অনুমতিএই সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে যাতায়াত কৰিব পাৰিব ৰাইজে শৰাইঘাটআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক