এটা দুটা নহয়, পাকিস্তানৰ ৬টাকৈ এয়াৰ ডিফেন্স ছিষ্টেম ধ্বংস

পাকিস্তানে পঠিওৱা মিছাইল চূৰমাৰ কৰিছে ভাৰতে। এফাৰ পৰা পাকিস্তান ধ্বংসত নামি পৰিছে ভাৰত।

author-image
Asomiya Pratidin
New Update
 ৬টাকৈ এয়াৰ ডিফেন্স ছিষ্টেম ধ্বংস

৬টাকৈ এয়াৰ ডিফেন্স ছিষ্টেম ধ্বংস

  • ভাৰতৰ লগত তিষ্ঠিব পৰা নাই পাক সেনা
  • পাকিস্তানে পঠিওৱা মিছাইল চূৰমাৰ কৰিছে ভাৰতে।
  • এফাৰ পৰা পাকিস্তান ধ্বংসত নামি পৰিছে ভাৰত।
  • পাকিস্তানৰ এয়াৰ ডিফেন্স মিছাইল ছিষ্টম ধ্বংস ।
  • ৬টাকৈ মিছাইল আকাশমাৰ্গতে ধ্বংস কৰিলে ভাৰতে।
  • যুদ্ধত নামিছে বায়ু সেনাৰ অন্যতম শক্তি এছ ৪০০ সুদৰ্শন চক্ৰ।
india- pakistan india