New Update
/asomiyapratidin/media/media_files/2025/12/10/breaking-news-2025-12-10-17-15-50.jpg)
- উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ডত ভয়ংকৰ পথ দুৰ্ঘটনা।
- তীব্রবেগী চাৰিচকীয়া বাহনে মহটিয়াই নিয়ে দুখনকৈ দুচকীয়া বাহন।
- দুৰ্ঘটনাত থিতাতে নিহত এজনৰ।
- সংকটজনক অৱস্থাত দুজনক চিকিৎসালয়লৈ প্রেৰণ।
- মৃত যুৱকজন ওদালগুৰিৰ হিমাংশু নাথ বুলি চিনাক্ত।
- মৃত হিমাংশু নাথ IIT, গুৱাহাটীৰ হোষ্টেলত কৰ্মৰত আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us