New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/829ea7b7-f1fd-4422-8a4c-a17be5f45a41/images (5).jpg)
গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি।
ড০ ননীগোপাল মহন্ত হ'ব বিশ্ববিদ্যালয়খনৰ পৰৱৰ্তী উপাচাৰ্য।
প্ৰতাপ সন্দিকৈৰ স্থানত ড০ ননীগোপাল মহন্তক নিযুক্তি।
গুৱাহাটী বিশ্ববিদ্যালয় ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ মহন্ত।
মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টাৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল মহন্তই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us