New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
- নগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা
- নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো
- তেৰ বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি চাঞ্চল্য
- ডিফলু শিৱমন্দিৰ তিনিআলিত উদ্ধাৰ হোৱা কিশোৰীজনীৰ নাম পিংকি দাস
- পিংকিৰ মূখমণ্ডলত আঘাটৰ চিন স্পষ্ট, ৰক্তাক্ত দেহৰ বিভিন্ন স্থান
- আৰক্ষীৰ মতে কিশোৰীগৰাকী ১১ জুনৰ পৰা সন্ধানহীন হৈ আছিল
- কিশোৰী পিংকি ৰহাৰ দীঘলদৰিত ঘৰ
- স্থানীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত আছিল পিংকি
- পিংকিৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে ৰহস্যৰ
- আৰক্ষীয়ে উদ্ধাৰ কৰিছে পিংকিৰ মৃতদেহটো