New Update
/asomiyapratidin/media/media_files/2025/06/21/dfedfdf-2025-06-21-16-50-03.jpg)
- নগাঁৱৰ কচুৱাত গো-মাংস উদ্ধাৰক লৈ চাঞ্চল্য
- কচুৱাৰ লুটুমাৰী, খেৰণিত ৰাস্তাৰ কাষে কাষে গো মাংস উদ্ধাৰ
- নামঘৰ, শিৱ মন্দিৰৰ সন্মুখত উদ্ধাৰ গো মাংস
- খেৰণি পৰা হাজং গাওঁ সংযোগী গড়কাপ্তানী পথত উদ্ধাৰ গো মাংস খিনি
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ
- ঘটনা সন্দৰ্ভত তইবুৰ ৰহমান নামৰ এজনক আটক আৰক্ষীৰ