বৰপানী নদীত গা ধুবলৈ গৈ ১২ বছৰীয়া শিশুৰ সলিল সমাধি

নগাঁৱৰ কচুৱা থানাৰ অন্তৰ্গত ৰমনিপথাৰত শোকাৱহ ঘটনা। বৰপানী নদীত গা ধুবলৈ গৈ সলিল সমাধি ১২ বছৰীয়া শিশুৰ। মৃত শিশুৰ নাম মেহেবুব আলম বুলি জানিব পৰা গৈছে

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • নগাঁৱৰ কচুৱা থানাৰ অন্তৰ্গত ৰমনিপথাৰত শোকাৱহ ঘটনা
  • বৰপানী নদীত গা ধুবলৈ গৈ সলিল সমাধি ১২ বছৰীয়া শিশুৰ
  • মৃত শিশুৰ নাম মেহেবুব আলম বুলি জানিব পৰা গৈছে
  • পুৱাই নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল শিশুটি
  • স্থানীয় ৰাইজে প্ৰায় তিনিঘণ্টা অন্তত উদ্ধাৰ কৰে শিশুৰ মৃতদেহ
  • SDRFক ফোন কৰা তিনিঘণ্টা পাৰ হৈ যোৱাৰ পিছতো ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ
কামপুৰ sdrf