New Update
/asomiyapratidin/media/media_files/2025/12/30/image-11-2025-12-30-09-44-29.png)
- নগাঁৱৰ জলাহ গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ
- বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিজন লোক
- আহত ক্ৰমে পংকজ শইকীয়া ,ভাইটি শইকীয়া আৰু তুলসী শইকীয়া
- আহত আটাইকেইজনকে চিকিৎসায়লৈ প্ৰেৰণ
- বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল দুটা গো ধনৰ
- ঘন কুঁৱলীৰ বাবে বন্যহস্তীৰ অৱস্থিতি বৰ্তমান পৰ্যন্ত ধৰিব পৰা নাই
- এতিয়াও ঘটনাস্থলীত উপস্থিত হোৱা নাই বনবিভাগৰ দল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us