New Update
/asomiyapratidin/media/media_files/2025/12/16/sdcsdsdsd-2025-12-16-11-50-22.jpg)
- নগাঁৱৰ ধিঙত আজিৰে পৰা আৰম্ভ বৃহৎ উচ্ছেদ অভিযান
- ২৩০বিঘা মাটিত চাৰিদিনীয়াকৈ চলিব এই উচ্ছেদ অভিযান
- প্ৰথম দিনা তিনিখন বিলত চলিছে উচ্ছেদ
- পাঁচশতাকৈ অধিক পুখুৰীত চলিব এই অভিযান
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/capturevcvcvcvcv-2025-12-16-11-49-05.jpg)
- বিল ভেটি ভাগে ভাগে পুখুৰী বনাই একাংশ লোকে দীৰ্ঘদিনে পালন কৰি আহিছিল মাছ
- বিল ভেটি পুখুৰীৰ বনোৱাৰ পাছতেই কৃত্ৰিম বানত আক্ৰান্ত হৈছিল চুবুৰীয়া ৰাইজ
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/capturefdfdfdfdf-2025-12-16-11-49-49.jpg)
- ৰৌমাৰী বিল, মাগুৰমাৰী বিল, মৈৰাধজ, ভেৰভেৰি বিলত চলিছে উচ্ছেদ
- পুখুৰীৰ পাৰ ভাঙি মুকলি কৰে বিল কেইখন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us