New Update
/asomiyapratidin/media/media_files/2025/10/08/i8uo8dsdswdsa-2025-10-08-15-32-40.jpg)
- ঘোষণা কৰা হ’ল ২০২৫বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল
- ৩ গৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে ৰসায়ন বিজ্ঞানৰ ন’বেল
- ছুছুমু কিটাগাৱা, ৰিছাৰ্ড ৰকছন, উমৰ এম য়াঘিলৈ এই সন্মান
- বিজ্ঞানী তিনিওগৰাকী ক্রমে জাপান, অষ্ট্রেলিয়া আৰু আমেৰিকাৰ
- Metal organic frameworkৰ বিকাশৰ বাবে এইবাৰৰ ন’বেল