Advertisment

বাজেটৰ ডাঙৰ ঘোষণাঃ ১২লাখ টকালৈকে আয় কৰ ৰেহাই...

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬বৰ্ষৰ বাজেটত এক ডাঙৰ ঘোষণা কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ১২লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই ঘোষণা কৰে। অৰ্থাত এতিয়া ১২ লাখ টকা আয় কৰা লোকে কোনোধৰণৰ আয়কৰ দিব নালাগে। 

author-image
Asomiya Pratidin
New Update
আয়কৰ

আয়কৰ Photograph: (আয়কৰ)

ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬বৰ্ষৰ বাজেটত এক ডাঙৰ ঘোষণা কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ১২লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই ঘোষণা কৰে। অৰ্থাত এতিয়া ১২ লাখ টকা আয় কৰা লোকে কোনোধৰণৰ আয়কৰ দিব নালাগে। 

আনফালে আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ সময়সীমা ২ বছৰৰ পৰা বৃদ্ধি কৰি ৪ বছৰলৈ বৃদ্ধি কৰাৰ কথাও বাজেট ভাষণত উল্লেখ কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। 

নিৰ্মলা সীতাৰমণ