New Update
/asomiyapratidin/media/media_files/2025/10/27/59-2025-10-27-11-57-06.jpg)
- এতিয়াও সংকটমুক্ত হোৱা নাই নিত্য বৰাৰ স্বাস্থ্য।
- চিকিৎসকৰ মতে দেওবাৰৰ তুলনাত তেওঁৰ স্বাস্থ্য উন্নত হৈছে।
- দেওবাৰৰ সন্ধিয়া সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ হাস্পতালত।
- অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিকসকলে তেওঁক লৈ গৈছিল চিকিৎসালয়লৈ।
- দেওবাৰৰ দিনটো তেওঁ ব্যস্ত আছিল ব্ৰজনাথ শৰ্মা স্মাৰক বক্ৃতানুষ্ঠানত।
- তাৰ পৰা ঘূৰি আহি বাসভৱনত দেওবাৰৰ নিশা প্ৰায় ১০-০০ বজাত অসুস্থ হৈ পৰিছিল অসমীয়া প্ৰতিদিনৰ প্ৰাক্তন সম্পাদক তথা বিশিষ্ট চিন্তাবিদগৰাকী।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us