New Update
/asomiyapratidin/media/media_files/2025/10/27/gdfgrf-2025-10-27-08-38-24.jpg)
- হঠাৎ অসুস্থ বিশিষ্ট নিবন্ধকাৰ, সাংবাদিক নিত্য বৰা
- ‘অসমীয়া প্রতিদিন’ কাকতৰ প্রাক্তন সম্পাদক নিত্য বৰা
- সন্ধিয়া গান্ধীবস্তিত থকা বাসভৱনত গুৰুতৰভাৱে অসুস্থ হৈ পৰে
- নিশা ১০ বজাত নেমকেয়াৰ হাস্পতালত ততাতৈয়াকৈ কৰোৱা হয় ভৰ্তি
- দেওবাৰে দিনৰভাগত এখন সভাত অংশ লৈছিল বৰাই
- সভাৰ পৰা উভতি আহিয়েই অসুস্থ হৈ পৰে বিশিষ্ট সাংবাদিকগৰাকী
- অসুস্থতাৰ বাতৰি বিয়পি পৰাত বুজন সংখ্যক গুণমুগ্ধ উপস্থিত হয় বাসগৃহত
- বিশিষ্ট সাংবাদিকগৰাকীৰ দ্ৰুত আৰোগ্যৰ কামনা কৰিছে অসমবাসীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us