New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
অসুস্থ ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন
দিনৰ প্ৰায় ১২ বজাত দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীক
তথ্য অনুসৰি, নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল বিত্তমন্ত্ৰী গৰাকীক
চিকিৎসকৰ ভাষ্য অনুসৰি, সম্প্ৰতি সুস্থ বিত্তমন্ত্ৰী গৰাকী
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us