বাণিজ্যিক বিজুলী উৎপাদন হ'ল গেৰুকামুখত

২৩ বছৰৰ জল্পনা কল্পনাৰ অন্তত আজি কমিচন হ'ব সোৱণশিৰিৰ বৃহৎ নদীবান্ধ। দুভাগনিশা হাতচাপৰি বজাই আবেগৰ আলিংগন NHPC ৰ বিষয়া কৰ্মচাৰীৰ ৷

author-image
Asomiya Pratidin
New Update
new ap web  4

ডিজিটেল ডেস্কঃ মাজনিশা বাৰ বজাত বাণিজ্যিক বিজুলী উৎপাদন হ'ল গেৰুকামুখত ৷ NHPC ৰ মুখত বিজয়ৰ গৌৰৱপূৰ্ণ হাঁহি। দ্বিতীয় ইউনিটত ২৫০ মেগাৱাট বিজুলী বাণিজ্যিক ভাৱে উৎপাদন৷ যোৱা ২ডিচেম্বৰত দ্বিতীয় ইউনিটত সফল পৰীক্ষণৰ অন্তত পাৱাৰগ্ৰীডৰ লগত সংযোগ কৰিছিল।

উল্লেখ্য যে, ২৩ বছৰৰ জল্পনা কল্পনাৰ অন্তত আজি কমিচন হ'ব সোৱণশিৰিৰ বৃহৎ নদীবান্ধ। দুভাগনিশা হাতচাপৰি বজাই আবেগৰ আলিংগন NHPC ৰ বিষয়া কৰ্মচাৰীৰ ৷ইপিনে পুৱা দহ বজাত বৃহৎ নদীবান্ধটোৰ কাৰ্যক্ষমৰ শুভাৰম্ভ কৰিব ভাৰ্চুৱেলী কেন্দ্ৰীয় শক্তি মন্ত্ৰীয়ে।

গেৰুকামুখ