মেঘালয়ত ভয়ংকৰ ভুমিস্খলন, ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত সম্পূৰ্ণ বন্ধ

মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছত ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনৰ ফলত ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত সম্পূৰ্ণ বন্ধ। শিলচৰ- শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনা। বৰাক উপত্যকাৰে যাতায়ত বিচ্ছিন্ন মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ।

author-image
Asomiya Pratidin
New Update
৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত সম্পূৰ্ণ বন্ধ

৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত সম্পূৰ্ণ বন্ধ

  • মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছত ভয়ংকৰ ভূমিস্খলন
  • ভূমিস্খলনৰ ফলত ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত সম্পূৰ্ণ বন্ধ
  • শিলচৰ- শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনা
  • বৰাক উপত্যকাৰে যাতায়ত বিচ্ছিন্ন মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ
  • ঘাইপথটোত আবদ্ধ হৈ পৰিছে শ শ বাহন
  • পথটো মুকলি কৰিবলৈ তৎপৰতাৰে কাম কৰিছে প্ৰশাসনে
  • বিকল্প পথেৰে যানবাহন চলাবলৈ আহ্বান জিলা প্ৰশাসনৰ
মেঘালয় ভূমিস্খলন