হোৱাটছএপৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ ইলেক্ট্ৰনিক এণ্ড এনফৰ্চমেন্ট টেকন’লজী মন্ত্ৰণালয়ৰ পত্ৰ…

হোৱাটছএপৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ ইলেক্ট্ৰনিক এণ্ড এনফৰ্চমেন্ট টেকন’লজী মন্ত্ৰণালয়ৰ পত্ৰ…

author-image
asomiyapratidin
New Update
হোৱাটছএপৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ ইলেক্ট্ৰনিক এণ্ড এনফৰ্চমেন্ট টেকন’লজী মন্ত্ৰণালয়ৰ পত্ৰ…

ফাইল ফটো

ডিজিটেল ডেস্কঃ দেশৰ ইলেক্ট্ৰনিক আৰু ইনফৰ্চমেন্ট টেকন'লজী মন্ত্ৰণালয়ে হোৱাটছএপৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ প্ৰেৰণ কৰিছে এক পত্ৰ। পত্ৰখনত কোৱা হৈছে যে- ভাৰতীয় হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে নতুন টাৰ্ম অৱ ছাৰ্ভিচ আৰু প্ৰাইভেচী পলিচি ঘূৰাই ল'ব অৰ্থাৎ বাতিল কৰিব লাগে।

Advertisment

ভাৰতীয় ইলেক্ট্ৰনিক আৰু ইফৰ্চমেন্ট টেকন'লজী মন্ত্ৰণালয়ে হোৱাটছএপৰ মুখ্য কাৰ্যবাহী বিষয়া বিল কেথৰ্টলৈ প্ৰেৰণ কৰিছে এই পত্ৰখন। লগতে এই পত্ৰখনত মন্ত্ৰণালয়ে কয় যে, চাটৰ ডাটা বিজনেচ একাউণ্টত শ্বেয়াৰ কৰিলে ফেচবুকৰ অন্য কোম্পানীসমূহৰ ব্যৱহাৰকাৰীৰ বিষয়া সকলো তথ্য লাভ কৰিব। যাৰ দ্বাৰা তেওঁলোকৰ গোপনীয় তথ্যবোৰৰ বাবে অতি চিন্তনীয় বিষয়।