/asomiyapratidin/media/media_files/2025/12/07/1-2025-12-07-14-38-55.jpg)
ডিজিটেল সংবাদ,ঘিলাধাৰীঃ সদৌ অসম শিশু ভাওনা সমাৰোহ উদযাপন সমিতি বৰহোলা উদ্যোগত আৰু শংকৰ-মাধৱ শিশু শিল্পী সমাজৰ সহযোগত বৰহোলাত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'বলগীয়া তৃতীয় বাৰ্ষিক শিশু ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন কৰে।
/asomiyapratidin/media/post_attachments/3bbfc3d9-d28.png)
উল্লেখ্য যে,দেৱ বাদ্য খোল-তাল,মাংগলিক ধ্বনিৰে ভকত-বৈষ্ণৱ আৰু আই সকলৰ উপস্থিতিত শিশু ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন কৰা হয় ৷ ইপিনে অহা ২১ ডিচেম্বৰ পৰা ২৯ ডিচেম্বৰলৈকে শিক্ষাবিদ জয়ৰাম বৰা ক্ষেত্ৰত ৯ দিনীয়াকৈ অনুষ্ঠিত হ'ব এই শিশু ভাওনা সমাৰোহ৷
/asomiyapratidin/media/post_attachments/d0b596d1-233.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us