গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদত মুকলি সংগ্ৰাহালয়ৰ

মুকলিৰ বাবে উপস্থিত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

author-image
Asomiya Pratidin
New Update
গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদত মুকলি সংগ্ৰাহালয়ৰ

  • গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদত মুকলি কৰা হ'ব এটি সংগ্ৰাহালয়ৰ।

Advertisment
  • মুকলি কৰিবলৈ উপস্থিত হৈছে ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

  • হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু।

  • সংগ্ৰাহালয় মুকলিৰ পূৰ্বে ন্যায়াধীশ সকলৰ সৈতে বাৰ্তালাপ মুখ্য মন্ত্ৰী গৰাকীৰ।

guwahati high court himanta biswa sama