Advertisment

নতুন দিল্লীত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ দিল্লী এন চি আৰ,জিলা শাখাৰ বাৰ্ষিক অধিবেশন

নতুন দিল্লীৰ দ্বাৰাকাত দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দিল্লী এন চি আৰ,জিলা শাখাৰ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
নতুন দিল্লীত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ দিল্লী এন চি আৰ,জিলা শাখাৰ বাৰ্ষিক অধিবেশন

নতুন দিল্লীত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ দিল্লী এন চি আৰ,জিলা শাখাৰ বাৰ্ষিক অধিবেশন

ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ দ্বাৰাকাত দেওবাৰে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ দিল্লী এন চি আৰ,জিলা শাখাৰ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয় ৷ পুৱা নাম -প্ৰসংগৰে আৰম্ভ হোৱা অনুষ্ঠানৰ সামৰণি পৰে গাম্ভীৰ্যপূৰ্ণ মুকলি সভাৰে ৷

Advertisment

সভাত সভাপতিত্ব কৰে দীপক বৰাই, আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত কৰ্ণেল জিতেন হাজৰিকা,সাহিত্যিক মলয়া খাউণ্ড, সুহাগমণি বৰ্মণ আৰু ডা০ বিপুল বৰুৱা ৷ অনুষ্ঠানত ড০ আৰতি বৰুৱাৰ " মোৰ সুৰ " শীৰ্ষক এক কবিতাপুথিও উন্মোচন কৰে মলয়া খাউণ্ডে ৷

আৰু পঢ়কঃ জীৱনৰ বিজ্ঞাপন !

assam new delhi