/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
নেপালত সন্ধানহীন হৈছে এখন হেলিকপ্টাৰ।
হেলিকপ্টাৰখনত আছিল ৬ জন যাত্ৰী।
৬ যাত্ৰীৰ ভিতৰত ৫ জনেই আছিল বিদেশী নাগৰিক।
পুৱা ১০ বজাত হেলিকপ্টাখনে কাঠমাণ্ডুৰ পৰা উৰা মাৰিছিল ছুলুখুম্ভুলৈ।
উৰণৰ ১২ মিনিটৰ পাছতেই সংযোগ বিচ্ছিন্ন হয় হেলিকপ্টাৰখনৰ।
বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত।
Also Read: মহাবিদ্যালয়-ৰাজ্যিক বিশ্ববিদ্যালয়লৈ জৰুৰী নিৰ্দেশনাঃ সলনি হ'ল পাঠদানৰ সময়সূচী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us