New Update
/asomiyapratidin/media/media_files/2025/07/24/1-2025-07-24-17-06-12.jpg)
- মেৰাপানীৰ নেঘেৰিবিলত উত্তপ্ত পৰিস্থিতি।
- উচ্ছেদৰ জাননী দিয়াকলৈ হুলস্থুলীয়া পৰিবেশ।
- বনবিভাগে উচ্ছেদৰ জাননী দিয়াত পক্ষপাতিত্ব কৰাৰ অভিযোগ।
- মিচিং জনগোষ্ঠীয় পৰিয়ালক জাননী নিদি একমাত্ৰ বংগমূলীয় মুছলমান উচ্ছেদৰ জাননী দিয়াৰ অভিযোগ।
- শতাধিক পুৰুষ মহিলা ওলাই আহিল ৰাজপথলৈ।
- বনবিভাগৰ দলৰ সন্মুখতে জাননী ফালিলে উচ্ছেদিত পৰিয়ালে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us