মেঘালয়ত NDA বেকফুটতঃ  ২সমষ্টিতে পিছ পৰি আছে NPPৰ প্ৰাৰ্থী…

মেঘালয়ত NDA বেকফুটতঃ  ২সমষ্টিতে পিছ পৰি আছে NPPৰ প্ৰাৰ্থী…
  • শ্বিলং লোকসভা সমষ্টিত ডাঃ ঋষি এণ্ডৰিঅ আগবাঢ়ি আছে।

  • তেওঁ ভইচ অৱ দ্য পিপলছ দলৰ প্ৰাৰ্থীৰ আছিল।

  • এণ্ডৰিঅ তেওঁৰ নিকটতম প্ৰাৰ্থী কংগ্ৰেছ ভীমচেন এইচ পাল্লাতকৈ ৪২৩২৮টা ভোটত আগবাঢ়ি আছে।

  • প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা মুঠ ভোটৰ সংখ্যা ৬৫২৬০টা।

  • কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ২২৯৩২টা ভোট লাভ কৰিছে।

  • আনহাতে NPPৰ প্ৰাৰ্থী ডা এম এ লিণ্ডুয়ে লাভ কৰিছে ২০৭০৫টা ভোট।

  • আনহাতে তুৰা লোকসভা সমষ্টিত পিছ পৰি আছে এন পি পিৰ প্ৰাৰ্থী আগাথা চাংমা

  • সমষ্টিটোত ১লাখ ৫৬৮টা ভোট লাভ কৰি আগাথা চাংমাতকৈ ৩৯,৪৭৫টা ভোটত আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী এছ এ চাংমা।

মেঘালয়ত NDA বেকফুটতঃ  ২সমষ্টিতে পিছ পৰি আছে NPPৰ প্ৰাৰ্থী…
যোৰহাটত তীব্ৰ প্ৰতিদ্বন্দ্বিতাঃ ২৪৩৯টা ভোট আগবাঢ়ি আছে গৌৰৱ গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in