নাজিৰাত অসম দিৱসৰ আয়োজন

পুনৰ নিৰ্মাণ কৰি উলিওৱা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব নাজিৰাত।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, নাজিৰাঃ আজি অসম দিৱস।  স্বৰ্গদেউ চাওলুং চ্যুকাফাক স্মৰণ কৰি সমগ্ৰ অসম বাসীয়ে পালন কৰিব অসম দিৱস। 

শিৱসাগৰৰ নাজিৰাতো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ তথা টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগৰ লগতে শিৱসাগৰ জিলা প্ৰশাসন আৰু আটাছু নাজিৰা মহকুমা সমিতিৰ সহযোগত অসম দিৱসৰ আয়োজ কৰে। পুনৰ নিৰ্মাণ কৰি উলিওৱা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। এই অনুস্থানত বহু কেইজন মন্ত্ৰী তথা বিধায়কো উপস্থিত থাকিব।

নাজিৰা