New Update
/asomiyapratidin/media/media_files/2025/05/09/w4UU8TUrWTO1OqvR17E8.jpg)
- পুনৰ পাকিস্তানক আক্ৰমণ কৰিলৈ সাজু হৈছে ভাৰতীয় সেনা।
- ভাৰতীয় সেনাই আৰৱ সাগৰত আৰম্ভ কৰিছে যুদ্ধাভ্যাস।
- আজিৰে পৰা ১২মেৰ লৈকে আৰৱ সাগৰত যুদ্ধাভ্যাস কৰিব ভাৰতীয় নৌ সেনাই।
- ইফালে পাক নৌ সেনাইও যওৱা ৮মেৰ পৰা ১৩মেৰ লৈকে চলাব যুদ্ধাভ্যাস।
- উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নিশা আই এন এছ বিক্ৰান্তে আক্ৰমণ চলাই কাৰাছী বন্দৰ ধ্বংস কৰিছিল।