New Update
/asomiyapratidin/media/media_files/2026/01/30/nagaon-bike-rally-2026-01-30-16-56-38.jpg)
- নগাওঁ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ পৰা পথ সুৰক্ষা সজাগতা বাইক ৰেলী
- ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সামৰণিৰ অন্তত এই বাইক ৰেলীৰ আয়োজন
- পথ সুৰক্ষা সমিতি আৰু নগাওঁ পৰিবহণ বিভাগৰ সহযোগত এই বাইক ৰেলী আয়োজন কৰা হয়
- বাইক ৰেলীত নগাওঁ বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰে
- বিধায়কগৰাকীৰ লগতে নগাওঁ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্ৰহণ কৰে এই ৰালীত
- নগাওঁ পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ পৰা নগাওঁ চহৰৰ মাজেৰে এই সজাগতা বাইক ৰেলী উলিওৱা হয়
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us