নেশ্যনেল হেৰাল্ডৰ মুখ্য কাৰ্যলয় চীল কৰিলে ইডিয়ে…

নেশ্যনেল হেৰাল্ডৰ মুখ্য কাৰ্যলয় চীল কৰিলে ইডিয়ে…

author-image
asomiyapratidin
New Update
নেশ্যনেল হেৰাল্ডৰ মুখ্য কাৰ্যলয় চীল কৰিলে ইডিয়ে…

ডিজিটেল ডেস্ক: অৱশেষত ইডিয়ে চীল কৰিলে দিল্লীত থকা নেশ্যনেল হেৰাল্ডৰ মুখ্য কাৰ্যলয়। অবৈধ ধন লেন দেনৰ অভিযোগত বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে ৰুজু কৰা এক গোচৰৰ আধাৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকো ইডিয়ে জেৰা কৰিছিল।

Advertisment

ইডিয়ে কাৰ্যলয়টো চীল কৰাৰ পাছত এতিয়া তাত কোনো লোককে প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব। মঙলবাৰে এই কাৰ্যলয়টোৰ লগতে দেশৰ বিভিন্ন স্থানত থকা ১২ টা স্থানত ইডিয়ে অভিযান চলাইছিল।

নেনেশ্যনেল হেৰাল্ড কেলেংকাৰীত নাম সাঙোৰ খাই থকা ৰাহুল গান্ধীক ৫ টা দিনত ইডিয়ে ৫০ ঘন্টাতকৈ অধিক সময় জেৰা কৰাৰ বিপৰীতে ছোনিয়া গান্ধীক ১০ ঘন্টাৰো অধিক সময় জেৰা কৰিছিল।

আৰু পঢ়ক: নেশ্যনেল হেৰাল্ড গোচৰত অস্তমিত হোৱাৰ দিশে কংগ্ৰেছ, গান্ধী পৰিয়াল !

rahul gandhi ed sonia gandhi national herald