/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f7238a9d-d2a2-4db8-9683-27b6c528c201/modi.jpg)
ফাইল ফটো
-আজি মনোনয়ন পত্ৰ দাখিল কৰিব নৰেন্দ্ৰ মোডীয়ে
-কাশীৰ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব
-দিনৰ ১১.৪০ বজাত বাৰানসী সমষ্টিৰ বাবে মোডীয়ে দাখিল কৰিব মনোনয়ন
-জ্যোতিষী গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড় হ'ব প্ৰস্তাৱক
-তেওঁক সংগ দিব ১৮ জনতকৈ অধিক কেবিনেট মন্ত্ৰীয়ে
-উপস্থিত থাকিব অসমৰ লগতে ১২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী
Also Read: মুম্বাইত হৰ্ডিং ভাঙি ১৪ জনৰ মৃত্যুঃ ৭০ তকৈ অধিক আহত