বিশেষ ক্ষণত মনোনয়ন পত্ৰ দাখিল নৰেন্দ্ৰ মোডীৰ...

বিশেষ ক্ষণত মনোনয়ন পত্ৰ দাখিল নৰেন্দ্ৰ মোডীৰ...

author-image
Asomiya Pratidin
New Update
বিশেষ ক্ষণত মনোনয়ন পত্ৰ দাখিল নৰেন্দ্ৰ মোডীৰ...

ডিজিটেল ডেস্কঃ মঙলবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কাশী উপায়ুক্ত কাৰ্যালয়ত বাৰানসী সংসদীয় সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰে মোডীয়ে। তেওঁৰ প্ৰস্তাৱক হিচাপে উপস্থিত থাকে বিশিষ্ট জ্যোতিষী গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়।

উল্লেখ্য যে, মনোনয়নৰ সময়ছোৱাত মোডীক সংগ দিয়ে অসম লগতে ১২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ১৮ জনতকৈ অধিক কেবিনেট মন্ত্ৰীয়ে।

varanashi loksabha modi nomination narendra modi