গোলাঘাটত নাৰ্ক’টিকছ বিভাগৰ অভিযান

গোলাঘাটত নাৰ্ক’টিকছ বিভাগৰ অভিযান। এখন বিলাসী বাহনৰ পৰা জব্দ বুজন পৰিমাণৰ ড্রাগছ।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • গোলাঘাটত নাৰ্ক’টিকছ বিভাগৰ অভিযান।
  • এখন বিলাসী বাহনৰ পৰা জব্দ বুজন পৰিমাণৰ ড্রাগছ।
  • বাহনখনৰ চেম্বাৰ, ছিটৰ তলত কৌশলেৰে ড্রাগছ সৰবাৰহৰ চেষ্টা।
  • নৰেন দত্ত নামৰ লোকজনে সৰবৰাহ কৰিছিল ৫০লাখ টকাৰ ড্রাগছ।
  • ফৰকাটিং অভিমুখে গৈ থকাৰ সময়তে আৰক্ষীয়ে আটক কৰে লোকজনক।
গোলাঘাট