New Update
/asomiyapratidin/media/media_files/2025/08/21/dddddddddd-2025-08-21-14-56-37.jpg)
- ধেমাজি জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতৰ চূড়ান্ত ঐতিহাসিক ৰায়।
- নৰহত্যাৰ গোচৰত ধেমাজি মৰিধলৰ ৰিন্টু শৰ্মাক মৃত্যুদণ্ডৰ হুকুম।
- মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক দিন দুপৰতে ঘপিয়াই হত্যা কৰিছিল ৰিন্টু শৰ্মাই।
- ৪ বছৰৰ অন্তত আদালতত দোষী সাব্যস্তৰে দণ্ডিত হ'ল নৰহত্যাকাৰী ৰিন্টু শৰ্মা।
- ২০২১ চনৰ ২১ আগষ্টত প্ৰাণনাশী আক্ৰমণ কৰি হত্যা কৰিছিল নন্দিতা শইকীয়াক।
- মৃত্যুৰ ৪ বছৰ পূৰ্তিৰ দিনাই মৃতকৰ পৰিয়ালে পালে ন্যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us