Advertisment

নন্দিনীৰ সম্পাদক মাইনী মহন্তক অপদস্থ উবেৰ চালকৰ

নন্দিনীৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তক অপদস্থ। সাংবাদিকগৰাকীক এগৰাকী উবেৰ চালকে অপব্যৱহাৰ কৰে...

author-image
Asomiya Pratidin
New Update
mainee mahanta

mainee mahanta

  • মহানগৰীত পুনৰ উবেৰ চালকৰ গুণ্ডাগিৰি।

  • নন্দিনীৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তক অপদস্থ।

  • সাংবাদিকগৰাকীক এগৰাকী উবেৰ চালকে অপব্যৱহাৰ কৰে।
  • পাঞ্জাবাৰীৰ পৰা শিলপুখুৰী অভিমুখে আহি থাকোতে সংঘটিত হয় এই ঘটনা।
  • গাড়ীৰ এ চি অন কৰিবলৈ কওঁতে সাংবাদিকগৰাকীক অপদস্থ কৰে চালকজনে।
  • ইয়াৰ উপৰি সাংবাদিকগৰাকীক গাড়ীৰ পৰা নমাই দি অভব্য আচৰণ কৰে চালকজনে।
  • বাহনখনৰ নম্বৰ হৈছে-  As 01 PC 7157

  • উবেৰ চালকজনৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে জ্যেষ্ঠ সাংবাদিকগৰাকী।

     

uber