New Update
/asomiyapratidin/media/media_files/2025/06/04/sRGMTbzpAv7UGk7r9Q7S.jpg)
- নম্ৰতা বৰাৰ মৃত্যুৰ নতুন তথ্য ফাদিল
- নম্ৰতাৰ লগত শ্বিলঙলৈ গৈছিল কেইবাজনো সতীৰ্থ
- নম্ৰতাৰ লগত আছিল AIUDF ৰ যুৱ নেতা আনায়াতুল বাডুদ
- আনায়াতুল বাডুদ AIUDF ৰ বিধায়ক হাফিজ বচিৰ আহমেদ কাচিমীৰ পুত্ৰ
- ঘটনা সংঘটিত হোৱা পাছতে পলায়ণ কৰিছিল আনায়াতুল বাডুদে
- আনায়াতুল বাডুদৰ বয়স ৪৫ বছৰ