নামাচাৰ্য্য - আদৰ্শ কৃষক দেবেন বৰা আৰু নাই

নগাঁও জিলাৰ হাতীচোং মৌজাৰ পূৱ হাতীচোং ক্ষেত্ৰীগাঁৱৰ নিবাসী নামাচাৰ্য তথা আদৰ্শ কৃষক দেবেন বৰাই বুধবাৰে নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে। এজন আদৰ্শ কৃষক লগতে নামাচাৰ্য্য...

author-image
Asomiya Pratidin
New Update
 দেবেন বৰা আৰু নাই

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ হাতীচোং মৌজাৰ পূৱ হাতীচোং ক্ষেত্ৰীগাঁৱৰ নিবাসী নামাচাৰ্য তথা আদৰ্শ কৃষক দেবেন বৰাই বুধবাৰে নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে। এজন আদৰ্শ কৃষক লগতে নামাচাৰ্য্য হিচাপে বৃহত্তৰ অঞ্চলটোৰ এগৰাকী বৰ্ষীয়ান ব্যক্তি হিচাপে পৰিচিত আছিল ৷  

Advertisment

বাধক্যজনিত কাৰণত নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰা সময়ত তেখেতৰ বয়স আছিল ৯৫ বছৰ। মৃত্যুৰ সময়ত তেখেতে পুত্ৰ-বোৱাৰী, জী- জোঁৱাই, নাতি- নাতিনীকে ধৰি ইষ্ট কুটুম্বক ইহসংসাৰত এৰি থৈ যায়। তেখেতৰ বিয়োগত সমগ্ৰ চকলাঘাট অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।

bebejiya