New Update
/asomiyapratidin/media/media_files/2025/11/06/141-2025-11-06-12-21-08.jpg)
- অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুনক পুনৰ হাস্পতালত ভৰ্তি।
- গুৱাহাটীৰ এপ'ল হাস্পতালত ভৰ্তি কৰোৱা হৈছে তেখেতক।
- সম্প্ৰতি তেখেতৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।
- সাহিত্যিকগৰাকীৰ সু-স্বাস্থ্য কামনা কৰি ভিন ভিন দল-সংগঠনে আশু-আৰোগ্য কামনা কৰিছে।
- পৰিয়ালে জনোৱা মতে বৰ্তমান সংকটমুক্ত নাহেন্দ্ৰ পাদুন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us