New Update
/asomiyapratidin/media/media_files/2025/03/15/Eu0FFANPEhaLt09ipK98.jpg)
- চতিয়াৰ নাগশংকৰত ভয়ংকৰ পথ দুৰ্ঘটনা
- তীব্ৰবেগী বুলেট মটৰ চাইকেলৰ খুন্দাত গুৰুতৰভাবে আহত হয় এজন চাইকেল আৰোহী
- আহত চাইকেল আৰোহী জন জামুগুৰিহাটৰ কোঁৱামৰাৰ ৰাজ প্ৰণয় দাস
- দুৰ্ঘটনা সংঘটিত কৰি পথৰ ওপৰত বাগৰি পৰে মটৰ চাইকেলখন,চালকৰ পলায়ন
- দুৰ্ঘটনাস্থলীত উপস্থিত চতিয়া আৰক্ষী
- আহত যুৱকক উন্নত চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
- AS-12-U-5537 নম্বৰৰমটৰ চাইকেল খন জব্দ আৰক্ষীৰ