পাকিস্তানত ভৰি দিয়া নাগপুৰৰ মহিলাক চমজালে ভাৰতক

ভাৰত আৰু পাকিস্তানৰ মাজত অপাৰেচন সিন্দূৰকেন্দ্ৰিক উত্তেজনা অৱ্যাহত থকাৰ মাজতে চলিত মাহৰ আগভাগত ভুলবশতঃ নিয়ন্ত্ৰণৰেখা অতিক্ৰম কৰে এগৰাকী ভাৰতীয় মহিলাই।

author-image
Asomiya Pratidin
New Update
পাকিস্তানত ভৰি দিয়া নাগপুৰৰ মহিলাক চমজালে ভাৰতক

পাকিস্তানত ভৰি দিয়া নাগপুৰৰ মহিলাক চমজালে ভাৰতক

ডিজিটেল ডেস্ক : ভাৰত আৰু পাকিস্তানৰ মাজত অপাৰেচন সিন্দূৰকেন্দ্ৰিক উত্তেজনা অৱ্যাহত থকাৰ মাজতে চলিত মাহৰ আগভাগত ভুলবশতঃ নিয়ন্ত্ৰণৰেখা অতিক্ৰম কৰে এগৰাকী ভাৰতীয় মহিলাই। পাকিস্তানত ভৰি দিয়া মহিলাগৰাকী হৈছে নাগপুৰৰ সুনীতা জামাগাড়েক। 

শনিবাৰে মহিলাগৰাকীক পাকিস্তানী কৰ্তৃপক্ষই ভাৰতীয় কৰ্তৃপক্ষক চমজাই দিয়ে। উল্লেখ্য যে, ৪৩ বছৰীয়া মহিলাগৰাকী ১৪মে’ত কাৰ্গিলৰ এখন গাঁৱৰ পৰা সন্ধানহীন হৈছিল ।

অপাৰেচন সিন্দুৰ