New Update
/asomiyapratidin/media/media_files/2026/01/04/1-2026-01-04-16-59-40.jpg)
ডিজিটেল ডেস্কঃ দিনক দিনে ভিন্ন প্ৰান্তত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে। এইবাৰ নগাঁৱৰ মৰিকলঙত চুৰৰ চাফাই অভিযান। মৰিকলঙৰ লুজেনা বেগমৰ ঘৰৰ পৰা চুৰে লুটি নিয়ে কেইবাহাজাৰ নগদ ধনৰ লগতে সোণৰ আ-অলংকাৰ।
/asomiyapratidin/media/post_attachments/b2d91be4-630.png)
ঘৰত গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি দর্জা ভাঙি চুৰে চলাই লুটপাত। বৰ্তমান ঘটনাস্থলিত মৰিকলঙ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
/asomiyapratidin/media/post_attachments/fb05e202-32a.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us