/asomiyapratidin/media/media_files/2025/12/25/1-2025-12-25-20-39-48.jpg)
ডিজিটেল ডেস্কঃ ২০২৬ বৰ্ষৰ অহা ৬,৭ আৰু ৮ ফ্ৰেব্ৰুৱাৰীত নগাঁৱৰ ৰাঙলুতমধ্য অসম ভিত্তিত বৃহৎ ইজতেমাৰ অনুষ্ঠিত হ'ব।এই উপলক্ষে আজি ইছতেমাৰ লাইখুঁটা স্থাপন কৰা হয়। ইপিনে লাই খুঁটা স্থাপনৰ পূৰ্বে ইজতেমাস্থলীত প্ৰায় দহ সহস্ৰাধিক ইছলাম ধমীয় ৰাইজে একেলগে নামাজ পঢ়ে।
/asomiyapratidin/media/post_attachments/f930bfff-140.png)
উল্লেখযোগ্য যে, ইজতেমাৰ ম উদ্যোক্তা সকলে সৰ্ব ধমীয় লোকক ইছতেমাত সকলো ধৰণৰ সহায় সহযোগিতা কামনা কৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/dd282fb5-0ee.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us