/asomiyapratidin/media/media_files/2025/12/10/1-2025-12-10-11-26-15.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱৰ মোল্লাপটিত ভয়ংকৰ দুৰ্ঘটনা। মাটি কঢ়িওৱা ট্ৰাকে মহটিয়ালে মাতৃ-কন্যাক।
/asomiyapratidin/media/post_attachments/f4d36971-453.png)
উল্লেখ্য যে, দুৰ্ঘটনাত মাতৃ নিহত হৱাৰ লগতে গুৰুতৰভাৱে আহত কন্যা।গুৰুতৰভাৱে আহত কন্যাক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
/asomiyapratidin/media/post_attachments/210b5dd2-0e2.png)
ইপিনে স্কুটীৰে যোৱা সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাস্থলীত হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। মৃত মহিলাগৰাকী বেবেজীয়াৰ মৃদুলা শইকীয়া বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/e6ee3cb7-9f4.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us