/asomiyapratidin/media/media_files/2026/01/01/1-2026-01-01-14-57-06.jpg)
ডিজিটেল ডেস্কঃ নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ব্যৱস্থাপনাত আজি 'অৰুণোদয় দিৱস' উদযাপন কৰা হয় । ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত জিলাখনৰ ৫২ গাৰাকীকৈ সাংবাদিকক সম্বৰ্ধণা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/e8cebb67-590.png)
জিলা সাহিত্য সভাৰ সভাপতি ড৹ শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিতে 'অসমীয়া সাহিত্যৰ ইতিহাসত অৰুণোদয় যুগ আৰু মাইলছ ব্ৰনছন' শীৰ্ষক বক্তৃতা প্ৰদান কৰে লেখিকা তথা শিক্ষয়িত্ৰী সংগীতা বৰুৱা বৰাই।
/asomiyapratidin/media/post_attachments/984502f7-3a4.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us