নগাঁৱত সংঘটিত জঘন্য ঘটনা

নগাঁৱৰ তেলীয়া গাঁও বেলতলি সংযোগী পথৰ কাষৰ হাবিত এটা মোনাৰ ভিতৰত উদ্ধাৰ কৰিছে এটা নৱজাতকৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্কঃ পুনৰ মানৱ সমাজক লজ্জানত কৰাৰ এক জঘন্য ঘটনা সংঘটিত হয়। কোনো পাশান পিতৃ মাতৃয়ে নিজৰ কুকৰ্ম সমাজৰ পৰা লুকুৱাই নৱজাতকক পেলাই দিলে পথৰ কাষৰ হাবিত।

নগাঁৱৰ তেলীয়া গাঁও বেলতলি সংযোগী পথৰ কাষৰ হাবিত এটা মোনাৰ ভিতৰত উদ্ধাৰ কৰিছে এটা নৱজাতকৰ মৃতদেহ। ইপিনে নগাঁও হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ নৱজাতকৰ মৃতদেহটো উদ্ধাৰ কৰাৰ পাঠতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। 

নগাওঁ