নগাঁৱৰ তপতজুৰি চাহ বাগিচাত বন্যহস্তীৰ সন্ত্ৰাস

বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে দুটাকৈ গৃহ। কোনোমতে প্ৰাণ ৰক্ষা কৰি পলায়ন কৰে পৰিয়ালকেইটাই। স্থানীয় ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈ পৰিছে নগাঁও বন বিভাগ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নগাওঁঃ ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। এইবাৰ নগাঁৱৰ তপতজুৰি চাহ বাগিচাৰ মুৰ্গীলাৰাইত বন্যহস্তীৰ আতংক। বন্যহস্তীয়ে লণ্ড -ভণ্ড কৰিলে দুটাকৈ গৃহ।কোনোমতে প্ৰাণ ৰক্ষা  পৰে পৰিয়ালকেইটাৰ। 

উল্লেখ্য যে, স্থানীয় ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ  হৈ পৰিছে নগাঁও বন বিভাগ। ইপিনে নগাঁও বন বিভাগৰ লোকক খবৰ দিয়াৰ পাছতো সময়মতে বনবিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে  স্থানীয় ৰাইজে। 

বন্যহস্তী নগাওঁ বন্যহস্তীৰ তাণ্ডৱ