নগাঁৱৰ বঢ়মপুৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ

পুৱা চাফাই কৰ্মীয়ে বজাৰ গৃহ পৰিষ্কাৰ কৰিবলৈ আহি মৃতদেহটো প্ৰত্যক্ষ কৰে বুলি জানিবলৈ দিয়ে। ইপিনে প্ৰচণ্ড শীতৰ বাবে লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-26 at 1.24.25 PM

ডিজিটেল ডেস্কঃ নগাঁৱৰ বঢ়মপুৰত তীব্ৰ চাঞ্চল্য । এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

image (53)

উল্লেখ্য যে, বঢ়মপুৰৰ সাপ্তাহিক বজাৰ গৃহত মৃত অৱস্থাত উদ্ধাৰ এজন পুৰুষৰ মৃতদেহ। পুৱা চাফাই কৰ্মীয়ে বজাৰ গৃহ পৰিষ্কাৰ কৰিবলৈ আহি মৃতদেহটো প্ৰত্যক্ষ কৰে বুলি জানিবলৈ দিয়ে। ইপিনে  প্ৰচণ্ড শীতৰ বাবে লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। 

নগাওঁ