নগাঁৱৰ বিশিষ্ট মহিলাৰ প্ৰভা হাজৰিকাৰ দেহাৱসান

স্বাস্থ্যৰ অসুস্থতাৰ বাবে নিজা বাসভৱনতে শেষ নিশ্বাস ত্যাগ কৰে প্ৰভা হাজৰিকাই। তেখেতৰ মৃত্যুত পৰিয়ালৰ লোকসকল শোকত ভাগি পৰা পৰিলক্ষিত হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নগাঁৱৰ লাওখোৱা পথৰ নিবাসী,জিলা মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী, বিশিষ্ট অভিনেত্ৰী, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত লক্ষীপ্ৰসাদ হাজৰিকাৰ সহধৰ্মিণী প্ৰভা হাজৰিকাৰ আজি দেহাৱসান ঘটে। 

WhatsApp Image 2025-12-27 at 5.22.23 PM

উল্লেখ্য যে, স্বাস্থ্যৰ অসুস্থতাৰ বাবে নিজা বাসভৱনতে শেষ নিশ্বাস ত্যাগ কৰে প্ৰভা হাজৰিকাই। তেখেতৰ মৃত্যুত পৰিয়ালৰ লোকসকল শোকত ভাগি পৰা পৰিলক্ষিত হয়। ইপিনে  মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। 

নগাওঁ