নগাঁৱৰ কঠিয়াতলী ৰেংবেঙত ভয়ংকৰ পথ দুৰ্ঘটনা

ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা  সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চালকসহ এজন লোক ।

author-image
Asomiya Pratidin
New Update
image (36)
  • নগাঁৱৰ কঠিয়াতলী ৰেংবেঙত ভয়ংকৰ পথ দুৰ্ঘটনা
  • ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙত খুন্দা এখন মহিন্দ্ৰা বলেৰʼপিকআপ বাহনৰ
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চালকসহ এজন লোক
  • ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা  সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ
  • দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS02DC7656
  • আহত এজনক ততাতৈয়াকৈ নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ              

নগাওঁ