New Update
/asomiyapratidin/media/media_files/2026/01/04/1-2026-01-04-17-10-30.jpg)
ডিজিটেল ডেস্কঃ মৃত্যুদূতত পৰিণত হৈছে নগাঁও ননৈ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ। পুনৰ নগাঁৱৰ ননৈত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হয় এজন লোকৰ।
/asomiyapratidin/media/post_attachments/87006008-739.png)
৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙত খন্দা মাৰে এজন বাইক আৰোহীয়ে। সংকটজনক অৱস্থাত নগাঁৱলৈ লোকজনক প্ৰেৰণ কৰে যদিও লোকজনৰ মৃত্যু হয়। নিহত লোকজন শিঙিয়া-পুটনিৰ জিতু শৰ্মা ।
/asomiyapratidin/media/post_attachments/d7846481-d18.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us