নগাঁৱত ৭হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে সুৰেশ বৰা...

নগাঁৱত ৭হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে সুৰেশ বৰা...

  • নগাঁও লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আগবাঢ়ি আছে।

  • সুৰেশ বৰাই লাভ কৰিছে ২৭৮৫৫টা ভোট।

  • আনহাতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে লাভ কৰিছে ২০৭২৬টা ভোট।

  • বিজেপি প্ৰাৰ্থীজনতকৈ প্ৰদ্যুত বৰদলৈ পিছ পৰি আছে ৭১২৯টা ভোটত।

  • এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে লাভ কৰিছে ১৭৬৭টা ভোট।

  • নিদৰ্লীয় প্ৰাৰ্থী শিখা শৰ্মাই লাভ কৰিছে ২৩৯টা ভোট।

  • নটাত ভোটদান কৰিছে ৪৩৪গৰাকী ভোটাৰে।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in