/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6b7425fe-5c42-4b50-b8c9-727b236e5070/841d7686_2faa_4f2d_b88e_46fe6d767eee.jpg)
-
নগাঁও লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আগবাঢ়ি আছে।
-
সুৰেশ বৰাই লাভ কৰিছে ২৭৮৫৫টা ভোট।
-
আনহাতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে লাভ কৰিছে ২০৭২৬টা ভোট।
-
বিজেপি প্ৰাৰ্থীজনতকৈ প্ৰদ্যুত বৰদলৈ পিছ পৰি আছে ৭১২৯টা ভোটত।
-
এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে লাভ কৰিছে ১৭৬৭টা ভোট।
-
নিদৰ্লীয় প্ৰাৰ্থী শিখা শৰ্মাই লাভ কৰিছে ২৩৯টা ভোট।
-
নটাত ভোটদান কৰিছে ৪৩৪গৰাকী ভোটাৰে।