New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4d6c725f-c25f-48d2-ae6e-c31580b0af0c/7964f799582011_5ef5cf7c175fb.jpg)
নগাঁৱৰ পুৰণিগুদামত ভয়ংকৰ ঘটনা।
১১ হাজাৰ ভ’ল্টৰ বৈদ্যুতিক তাঁৰত লাগিল এখন ডাম্পাৰ।
বিদ্যুৎস্পৃষ্ট হৈ ডাম্পাৰৰ ভিতৰতে মৃত্যু চালকৰ।
জলাহগাঁৱত সংঘটিত হৈছে এই ঘটনা।
অঞ্চলটোত ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ সাধাৰণ জনতা।
মাটি কঢ়িওৱা ডাম্পাৰৰ চলাচল বন্ধ কৰাৰ দাবী ৰাইজৰ।
আৰক্ষীৰে তৰ্কযুদ্ধত লিপ্ত স্থানীয় ৰাইজ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us